ক্ৰিকেট বিশ্বকাপত ২৩.৪ অভাৰত ১টা উইকেট হেৰুৱাই ১৩১ৰান সংগ্ৰহ ভাৰতৰ…

ক্ৰিকেট বিশ্বকাপত ২৩.৪ অভাৰত ১টা উইকেট হেৰুৱাই ১৩১ৰান সংগ্ৰহ ভাৰতৰ…
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিছে ভাৰত।
  • টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ভাৰতীয় ক্ৰিকেট দলৰ।
  • ২৩.৪ অভাৰত ভাৰতে সংগ্ৰহ কৰিছে ১৩১ ৰান।
  • অপেনিঙত বেটিং কৰি ৰোহিত শৰ্মাই ৭০টা বলত ৫৭ ৰান কৰি আউট হয়।
  • বৰ্তমান ক্ৰীজত আছে শ্বেখৰ ধৱন আৰু বিৰাট কোহলি।
  • শ্বেখৰ ধৱনে ৬৮টা বলত ৭১ ৰান কৰে।
  • অধিনায়ক বিৰাট কোহলীয়ে ৬টা বলত কৰে ১ ৰান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in