শেহতীয়া খবৰ
পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...

ছুপাৰ অভাৰতো ড্ৰ’ হোৱাৰ পাছত বিশ্বকাপৰ ফাইনেলত কেনেকৈ জিকিল ইংলেণ্ড…সবিশেষ

3,330

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিলে ইংলেণ্ডে। নিউজিলেণ্ডৰ বিশ্বজয়ৰ সপোন অৱশেষত ইংলেণ্ডে কৰিলে চুৰমাৰ।

টছত জিকি প্ৰথমে নিউজিলেণ্ডে বেটিং কৰাৰ সিদ্ধান্ত লয়।নিৰ্ধাৰিত ৫০ অভাৰত নিউজিলেণ্ডে সংগ্ৰহ কৰে ২৪১ ৰাণ। ২৪১ ৰানৰ পিছা কৰি ইংলেণ্ডেও ৫০ অভাৰত সংগ্ৰহ কৰে ২৪১ ৰান। খেল ড্ৰ হোৱাৰ পাছত আই চি চিৰ নিয়ম অনুসৰি দুয়োটা দলৰ মাজত খেলুৱা হ’ল ছুপাৰ অভাৰ।

ছুপাৰ অভাৰত প্ৰথমে বেটিঙৰ বাবে ফিল্ডত নামে ইংলেণ্ড। ছুপাৰ অভাৰত বেটিং কৰিবলৈ অহা ইংলেণ্ডৰ বাটলাৰ আৰু বেন ষ্ট্ৰ’কে সংগ্ৰহ কৰে ১৫ ৰাণ। ছুপাৰ অভাৰত নিউজিলেণ্ডে বেটিঙৰ বাবে প্ৰক্ষেপ কৰে জে নিশ্বাম আৰু এম গুপ্টেয়ে। কিন্তু ইংলেণ্ডৰ বলাৰ এৰ’হাৰৰ বলত নিউজিলেণ্ড ১৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ছুপাৰ অভাৰটো খেল হয় ড্ৰ।

আ চি চি নিয়ম অনুসৰি সৰ্বাধিক বাউণ্ডেৰী কোবোৱাৰ হিচাপত অৱশেষত ইংলেণ্ড দখল কৰে ২০১৯ৰ ক্ৰিকেট বিশ্বকাপ। বিশ্বকাপ ২০১৯ৰ মেন অৱ দ্য টুনাৰ্মেন্টৰ খিতাপ দখল কৰে নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামছনে। আনহাতে মেন অৱ দ্য মেচ লাভ কৰে বেন ষ্ট্ৰ’কে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি