ক্ৰিকেট বিশ্বকাপ-২০১৯ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৩৭.৪ অভাৰত ১৯২ ৰান…

ক্ৰিকেট বিশ্বকাপ-২০১৯ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৩৭.৪ অভাৰত ১৯২ ৰান…
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ত বৃহস্পতিবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ক্ৰীজত নামিছে অষ্ট্ৰেলিয়া।
  • টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় ৱেষ্ট ইণ্ডিজে।
  • ৩৭.৪ অভাৰত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছে ১৯২ ৰান।
  • অষ্ট্ৰিলেয়াই ৬টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে এই ৰান।
  • ষ্টিভ স্মিথে ৮৫টা বলত ৫৬ ৰান সংগ্ৰহ কৰি অপাৰজিত হৈ আছে।
  • তেওঁৰ সৈতে ক্ৰীজত আছে এন কোলটাৰ নীলেয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in