ক্ৰিকেট বিশ্বকাপ ২০১৯ত বাংলাদেশৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া…

ক্ৰিকেট বিশ্বকাপ ২০১৯ত বাংলাদেশৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া…
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ত বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত অষ্ট্ৰেলিয়া।
  • টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ।
  • ২৩ অভাৰত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ১২৫ ৰান।
  • ১টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে এই ৰান।
  • অধিনায়ক এৰ'ণ ফিন্সে ৫১টা বলত ৫৩ ৰান সংগ্ৰহ কৰি আউট হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in