শেহতীয়া খবৰ
আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড...  •  ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...

নিশা ১১ বজালৈকে COVID-19ত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য…

3,906

সময়ঃ ৩ এপ্ৰিল২০২০ৰ নিশা ১১ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৭৪,৯০ জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ,৯৮৭জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১,৬৮১জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২৬৫,৫০৬জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

 আমেৰিকাঃ ৬,৭৮৬জন।
• ইটালীঃ ১৪,৬৮১জন।
• চীনঃ ৩,৩২২জন।
• স্পেইনঃ ১০,৯৩৫জন।
• ইৰাণঃ ৩২৯৪জন।
• ইংলেণ্ডঃ ৩৬০৫জন।
• ফ্ৰান্সঃ ৫৩৮৭জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৪০জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩৪জন।
• গ্ৰীচঃ ৫৯জন।
• জাপানঃ ৬৩জন।
• ভাৰতঃ ৮৪জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৩০৫৩জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৮৪জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২০
  • মহাৰাষ্ট্ৰঃ ৪৯০
  • কেৰালাঃ ২৯৫
  • তামিলনাডুঃ ৪১১
  • দিল্লীঃ ৩৮৬
  • অন্ধ্ৰপ্ৰদেশঃ ১৬১
  • ৰাজস্থানঃ ১৬৮
  • তেলেংগানাঃ ২২৯
  • উত্তৰপ্ৰদেশঃ ১৭২
  • কৰ্ণাটকঃ ১২৮
  • মধ্যপ্ৰদেশঃ ১২৯
  • গুজৰাটঃ ৯৫
  • জম্মু-কাশ্মীৰঃ ৭৫
  • পঞ্জাৱঃ ৫৩
  • হাৰিয়ানাঃ ৫৮
  • পশ্চিমবংগঃ ৫৩
  • বিহাৰঃ ৩১
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ৯
  • উত্তৰাখণ্ডঃ ১৬
  • গোৱাঃ ৬
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ২
  • মিজোৰামঃ১
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি