নিশা ১১ বজালৈকে COVID-19ত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য…
সময়ঃ ৩ এপ্ৰিল, ২০২০ৰ নিশা ১১ বজালৈ।
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,০৭৪,২৯০ জন।
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৫৬,৯৮৭জন।
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৪,৬৮১জন)
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২৬৫,৫০৬জন)
কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-
আমেৰিকাঃ ৬,৭৮৬জন।
• ইটালীঃ ১৪,৬৮১জন।
• চীনঃ ৩,৩২২জন।
• স্পেইনঃ ১০,৯৩৫জন।
• ইৰাণঃ ৩২৯৪জন।
• ইংলেণ্ডঃ ৩৬০৫জন।
• ফ্ৰান্সঃ ৫৩৮৭জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৪০জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩৪জন।
• গ্ৰীচঃ ৫৯জন।
• জাপানঃ ৬৩জন।
• ভাৰতঃ ৮৪জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৩০৫৩জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৮৪জন।
ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-
- অসমঃ ২০
- মহাৰাষ্ট্ৰঃ ৪৯০
- কেৰালাঃ ২৯৫
- তামিলনাডুঃ ৪১১
- দিল্লীঃ ৩৮৬
- অন্ধ্ৰপ্ৰদেশঃ ১৬১
- ৰাজস্থানঃ ১৬৮
- তেলেংগানাঃ ২২৯
- উত্তৰপ্ৰদেশঃ ১৭২
- কৰ্ণাটকঃ ১২৮
- মধ্যপ্ৰদেশঃ ১২৯
- গুজৰাটঃ ৯৫
- জম্মু-কাশ্মীৰঃ ৭৫
- পঞ্জাৱঃ ৫৩
- হাৰিয়ানাঃ ৫৮
- পশ্চিমবংগঃ ৫৩
- বিহাৰঃ ৩১
- চণ্ডীগড়ঃ ১৮
- লাডাখঃ ১৪
- আন্দামান আৰু নিকোবৰঃ১০
- চত্তীশগড়ঃ ৯
- উত্তৰাখণ্ডঃ ১৬
- গোৱাঃ ৬
- মণিপুৰঃ ২
- অৰুণাচল প্ৰদেশঃ১
- ঝাৰখণ্ডঃ২
- মিজোৰামঃ১