COVID-19ত আক্ৰান্ত হৈ ৪৬ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক ক’ত কিমান আক্ৰান্ত…

COVID-19ত আক্ৰান্ত হৈ ৪৬ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক ক’ত কিমান আক্ৰান্ত…

সময়ঃ১ এপ্ৰিল ২০২০নিশা ১বজালৈ

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৯১৭,৯১৩ জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৪৬,০৬২ জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৩,১৫৫জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২০,৪৩৮জন)

কোৰোনাভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ৪,৫২৮জন।
• ইটালীঃ১৩,১৫৫জন।
• চীনঃ৩,৩১২জন।
• স্পেইনঃ৯,০৫৩জন।
• ইৰাণঃ৩০৩৬জন।
• ইংলেণ্ডঃ২,৩৫২জন।
• ফ্ৰান্সঃ৪০৩২জন।
• বাংলাদেশঃ৬জন।
• পাকিস্তানঃ২৭জন।
• নেপালঃ০ জন।
• ৰাছিয়াঃ২৪জন।
• গ্ৰীচঃ৫০জন।
• জাপানঃ৫৭জন।
• ভাৰতঃ৫৫জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২০১জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৫৫জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ১৩
  • কেৰালাতঃ ২৬৫
  • মহাৰাষ্ট্ৰঃ ৩৩৫
  • কৰ্ণাটকঃ ১১০
  • তেলেংগানাঃ ৯৭
  • উত্তৰপ্ৰদেশঃ ১১৭
  • গুজৰাটঃ ৮৭
  • ৰাজস্থানঃ ১২০
  • তামিলনাডুঃ ২৩৪
  • দিল্লীঃ ১৫২
  • পঞ্জাৱঃ ৪৬
  • হাৰিয়ানাঃ ৪৩
  • মধ্যপ্ৰদেশঃ ৮৬
  • জম্মু-কাশ্মীৰঃ ৬২
  • পশ্চিমবংগঃ ৩৭
  • বিহাৰঃ ২৪
  • অন্ধ্ৰপ্ৰদেশঃ ১১১
  • লাডাখঃ ১৩

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in