বিশ্ব কৰ্কট দিৱসঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষ পদক্ষেপ…

ফাইল ফটো
ফাইল ফটো
  • আজি বিশ্ব কৰ্কট দিৱস।
  • ৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসকলে পালন কৰে এই দিৱস।
  • কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে ৰোগ চিনাক্তকৰণক লৈ সচেতনতা বৃদ্ধি কৰাই এই দিৱসৰ মূল উদ্দেশ্য।
  • কৰ্কট দিৱস উপলক্ষে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষ পদক্ষেপ।
  • ৰাইজৰ মাজত এই ৰোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে চাইকেল ৰেলীৰ আয়োজন।
  • প্ৰায় অৰ্ধ শতাধিক চাইক্লিষ্টে অংশগ্ৰহণ কৰে এই ৰেলীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in