বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত উজ্বলিছে অসমৰ লাভলিনা, ভাগ্যৱতী

বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত উজ্বলিছে অসমৰ লাভলিনা, ভাগ্যৱতী
  • বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই।
  • ৬৯ কিলোগ্ৰাম শাখাত পানামাৰ এথেইনা বাইলনক ৫-০ৰ ব্যৱধানত হৰুৱাই কোৱাৰ্টাৰত প্ৰৱেশ লাভলিনাৰ।
  • আনহাতে, ৮১ কিলোগ্ৰাম শাখাতো অসমৰ ভাগ্যৱতী কছাৰীয়ে জাৰ্মানীৰ আইৰিনা নিকোলেতা ছোনবাৰজাৰক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
  • দিল্লীত অনুষ্ঠিত হৈছে বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাখন।‍

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in