শেহতীয়া খবৰ
হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...

আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলঃ সংকটত টীম ইণ্ডিয়া…

365
  • আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলৰ প্ৰথন ইনিংছৰ সমাপ্তি।
  • অষ্ট্ৰিলিয়াই প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াক দিয়ে ১৮৫ ৰানৰ লক্ষ্য।
  • নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ১৮৪ ৰান।
  • ইফালে ১৮৫ ৰান পিছা কৰি সংকটত পৰিছে টীম ইণ্ডিয়া।
  • মাত্ৰ ৫ ৰান সংগ্ৰহ কৰিছে এটা উইকেট হেৰুৱায় টীম ইণ্ডিয়াই।
  • বৰ্তমান ১০ অভাৰৰ অন্তত ৪৭ ৰান সংগ্ৰহ কৰিছে ইণ্ডিয়াই।
  • অধিনায়ককে ধৰি ৪ টা উইকেট হেৰুৱাইছে ভাৰতে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি