শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

জয়ৰে টি-২০ বিশ্বকাপ আৰম্ভ কৰিলে টীম ইণ্ডিয়াই…

290

ডিজিটেল ডেস্কঃ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা আই চি চি মহিলা টি-২০ বিশ্বকাপত জয়ৰে বিশ্বকাপৰ আৰম্ভণি কৰিছে টীম ইণ্ডিয়াই। টছত হাৰি প্ৰথমে বেটিং কৰা ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১৩২ ৰান। ভাৰতৰ হৈ দললৈ সৰ্বাধিক ৰানৰ বৰঙণি আগবঢ়ায় দীপ্তি শৰ্মাই। শৰ্মাই ৪৬ টা বলত সংগ্ৰহ কৰে ৪৯ ৰান।

ইফালে ১৩৩ ৰানৰ লক্ষ্য পিচা কৰি খেলপথাৰত নমা অষ্ট্ৰেলিয়াৰ দলটোৱে টছত জিকি বলিং কৰা সিদ্ধান্ত লৈছিল যদিও সেই সিদ্ধান্ত ভুল প্ৰতিপন্ন হ’ল। ভাৰতীয় স্পিনাৰ বলিঙৰ সমুখত অষ্ট্ৰেলিয়াৰ দলটোৱে কেৱল ১১৫ ৰানতে সন্তুষ্ট থাকিবলগীয়া হয়। ভাৰতৰ হৈ পুনম যাদৱে ৪ টা উইকেট দখল কৰে। আৰু এই প্ৰদৰ্শনৰ বাবে যাদৱকে প্লেয়াৰ অৱ দ্য মেচ সন্মানেৰে সন্মানিত কৰা হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি