ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতৰ হাতত ৰাখী বান্ধিলে মহিলা বিধায়কসকলে…

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতৰ হাতত ৰাখী বান্ধিলে মহিলা বিধায়কসকলে…
  • ৰাখী বন্ধনৰ দিনটোত ভগ্নীসকলে নিজ ভাতৃক হাতত বান্ধিছে ৰাখী।
  • ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতকো ৰাখী বান্ধিলে মহিলা বিধায়কসকলে।
  • ৰাজ্যখনৰ জেইছালমেৰৰ সূৰ্যগড় হোটেলত বিধায়কসকলে বান্ধিলে মুখ্যমন্ত্ৰী গেহলতক ৰাখী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in