দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ ‘কা’-এনআৰচি বিৰোধী প্ৰতিবাদ…

দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ ‘কা’-এনআৰচি বিৰোধী প্ৰতিবাদ…
  • দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ প্ৰতিবাদ।
  • 'কা', এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে সহস্ৰাধিক মহিলাই।
  • বিগত প্ৰায় ৪ দিন ধৰি মহিলাসকলে শ্বাহীন বাগত গ্ৰহণ কৰিছে ধৰ্মঘট কাৰ্যসূচী।
  • নাগৰিকত্ব সংশোধনী আইনে সংবিধানৰ ধৰ্মীয় নিৰপেক্ষতাত আঘাত হনাৰ অভিযোগ প্ৰতিবাদী মহিলাসকলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in