ধিক মানৱতা ! বাইকেৰে আহি পেলাই থৈ গ’ল নৱজাতক কন্যা সন্তান…

ধিক মানৱতা ! বাইকেৰে আহি পেলাই থৈ গ’ল নৱজাতক কন্যা সন্তান…
  • কোকৰাঝাৰ জিলাৰ বনৰগাওঁত মানৱ সমাজক লজ্জানত কৰা ঘটনা৷
  • কোনো পাষাণ হৃদয়ৰ লোকে বাইকেৰে আহি ৰাজপথত পেলাই থৈ গ'ল নৱজাতক কন্যা৷
  • বনৰগাওঁ খাগ্ৰাবাৰীত সংঘটিত হৈছে এই ঘটনা৷
  • প্লাষ্টিকেৰে মেৰিয়াই আনিছিল নৱজাতকটি৷
  • সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে দোতমা আৰক্ষী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in