কিমান বৃদ্ধি পাব সুৰাৰ মূল্য…

কিমান বৃদ্ধি পাব সুৰাৰ মূল্য…
  • আকৌ বৃদ্ধি পাব সুৰাৰ মূল্য।
  • দামী বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ পৰ্যন্ত বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
  • কমদামী বিলাতী সুৰাৰ মূল্য ৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব।
  • ৰাজ্যৰ কেবিনেটত ইতিমধ্যে লোৱা হৈছে সিদ্ধান্ত।
  • অচিৰেই কাৰ্যকৰী হব এই মূল্যবৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in