ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি…

ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি…
  • ৰাজ্যত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • এইপৰ্যন্ত গোলাঘাট আৰু যোৰহাটত ১০০জন লোকৰ মৃত্যু।
  • যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে ৪৬জন লোকৰ।
  • ইফালে, হাস্পতালত চিকিত্সাধীন হৈ আছে ১৮৩জন।
  • গোলাঘাটত বৰ্তমানলৈ ৪৬জনৰ মৃত্যু হৈছে।
  • আনহাতে, বৰহোলাত শুকুৰবাৰে মৃত্যু ঘটিছিল ৮জনৰ।
  • গোলাঘাট জিলা হাস্পতালত চিকিত্সাধীন হৈ আছে ২৭জন লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in