সুৰাৰ বিৰুদ্ধে মহানগৰীত আবকাৰী বিভাগৰ অভিযান

সুৰাৰ বিৰুদ্ধে মহানগৰীত আবকাৰী বিভাগৰ অভিযান
  • মহানগৰীৰ বিভিন্ন স্থানত দেওবাৰে আবকাৰী বিভাগৰ অভিযান।
  • সুৰাৰ বিৰুদ্ধে বিভাগটোৰ এই অভিযান।
  • দীৰ্ঘদিনৰ পৰা বিভাগটোৱে লাভ কৰা অভিযোগৰ ভিত্তিত চলাইছিল অভিযান।
  • অভিযান চলাই জব্দ কৰে প্ৰায় ৪০০ লিটাৰ দেশীয় সুৰা।
  • সুৰাখিনি জব্দ কৰি নষ্ট কৰে আবকাৰীৰ দলটোৱে।
  • দেওবাৰৰ অভিযানত বেলতলা বজাৰ, আঠগাঁও আৰু নাৰেংগী ইত্যাদি স্থানৰ পৰা জব্দ কৰে সুৰাখিনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in