শেহতীয়া খবৰ
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...

বিজেপি নেতাৰ গালৈ কিয় দলিয়াইছিল জোতা…

239
  • বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি নেতাৰ সংবাদ মেলতে গালৈ জোতা দলিওৱা ব্যক্তিজনক আটক দিল্লী আৰক্ষীৰ।
  • বৃহস্পতিবাৰে দুপৰীয়া বিজেপি সাংসদ জিভিএল নৰসিংহ ৰাওৱে অনুষ্ঠিত কৰিছিল এক সংবাদমেল।
  • দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদ মেলৰ সময়তে নেতাগৰাকীলৈ জোতা নিক্ষেপ কৰে এজন ব্যক্তিয়ে।
  • ‘জোতা দলিওৱা ব্যক্তিজন কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়।’
  • ব্যক্তিজনক আটক কৰাৰ পিচতে এই কথা প্ৰকাশ দিল্লী আৰক্ষীৰ।
  • ‘তেওঁৰ বিৰুদ্ধে আমি কোনো অভিযোগো লাভ কৰা নাই।’
  • ‘সেইবাবেই আমি তেওঁক মুকলি কৰি দিছো।’
  • সংবাদমেলত উপস্থিত মিডিয়াক আকৰ্ষণ কৰিবলৈকে তেনে কাৰ্য সংঘটিত কৰা বুলি মন্তব্য আৰক্ষীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি