বিজেপি নেতাৰ গালৈ কিয় দলিয়াইছিল জোতা…

বিজেপি নেতাৰ গালৈ কিয় দলিয়াইছিল জোতা…

  • বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি নেতাৰ সংবাদ মেলতে গালৈ জোতা দলিওৱা ব্যক্তিজনক আটক দিল্লী আৰক্ষীৰ।
  • বৃহস্পতিবাৰে দুপৰীয়া বিজেপি সাংসদ জিভিএল নৰসিংহ ৰাওৱে অনুষ্ঠিত কৰিছিল এক সংবাদমেল।
  • দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদ মেলৰ সময়তে নেতাগৰাকীলৈ জোতা নিক্ষেপ কৰে এজন ব্যক্তিয়ে।
  • 'জোতা দলিওৱা ব্যক্তিজন কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়।'
  • ব্যক্তিজনক আটক কৰাৰ পিচতে এই কথা প্ৰকাশ দিল্লী আৰক্ষীৰ।
  • 'তেওঁৰ বিৰুদ্ধে আমি কোনো অভিযোগো লাভ কৰা নাই।'
  • 'সেইবাবেই আমি তেওঁক মুকলি কৰি দিছো।'
  • সংবাদমেলত উপস্থিত মিডিয়াক আকৰ্ষণ কৰিবলৈকে তেনে কাৰ্য সংঘটিত কৰা বুলি মন্তব্য আৰক্ষীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in