শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...  •  জীৱন জিন্দাবাদ শ্লোগানেৰে আগবঢ়া নাৰায়ণপুৰৰ এদল শিক্ষাৰ্থীৰ ব্যতিক্ৰমী পদক্ষেপ…

কোৰোনা যোদ্ধাক মোডী চৰকাৰৰ ইমান অপমান কিয় : ৰাহুল গান্ধী

297

ডিজিটেল ডেস্ক : সদনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান ৰাজ্যিক মন্ত্ৰী অশ্চিনী কুমাৰ চৈবেই সদনত লিখিত বাবে কৈছিল কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা দেশৰ কোনো স্বাস্থ্য কৰ্মীৰ হিচাপ কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই । এই সন্দৰ্ভত টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে ।

টুইটাৰত ৰাহুল গান্ধীয়ে কয় ”প্ৰতিকুল তথ্য মুক্ত মোডী চৰকাৰ!বন্তি জ্বলোৱা,কাহি বজোৱাতকৈ তেখেত সকলৰ সন্মান আৰু সুৰক্ষা বেছি গুৰুত্বপূৰ্ন, কোৰোনা যোদ্ধাক মোডী চৰকাৰৰ ইমান অপমান কিয় ?”

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি