শেহতীয়া খবৰ
ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  অশান্ত জম্মু-কাশ্মীৰ! পাক সেনাৰ গুলীত ছহীদ লেন্স নায়ক সন্দীপ থাপা...  •  বেলতলাৰ বাসগৃহতে শনিবাৰে থাকিব শিক্ষাবিদ টাবুৰাম টাইডৰ নশ্বৰদেহ, দেওবাৰে ঘূণাসুঁতিত হ’ব অন্ত্যেষ্টিক্ৰিয়া...

বিজেপিত যোগদান কৰাৰ পিছত ভূবনেশ্বৰ কলিতাৰ প্ৰথম প্ৰতিক্ৰিয়া, VIDEO

1,776
  • বিজেপিত যোগদান কৰি প্ৰথম প্ৰতিক্ৰিয়া ভূবনেশ্বৰ কলিতাৰ।
  • সংবিধানৰ ৩৭০ ধাৰা বিৰোধিতাৰে বিজেপিত যোগদান কৰাৰ কথা উল্লেখ।
  • অমিত শ্বাহ, নৰেন্দ্ৰ মোডীক প্ৰশংসাত পঞ্চমুখ কলিতা।
  • এই ধাৰা বিলুপ্তিয়ে জম্মু-কাশ্মীৰত উন্নয়ন হ’ব বুলি উল্লেখ।
  • সংবাদ মাধ্যমৰ সন্মুখীন হৈ কলিতাই ক’লে কিয় সিদ্ধান্ত ল’লে বিজেপিত যোগদানৰ।
  • লগতে কলে তেওঁৰ হিন্দী ভাল নহয়।
  • তথাপিও মনৰ ভাৱ প্ৰকাশৰ চেষ্টা কৰিছে হিন্দীতে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি