কোন হ’ব অসমৰ মুখ্যমন্ত্ৰীঃ বৃহস্পতিবাৰেও লোৱা নহ’ল সিদ্ধান্ত…

কোন হ’ব অসমৰ মুখ্যমন্ত্ৰীঃ বৃহস্পতিবাৰেও লোৱা নহ’ল সিদ্ধান্ত…
  • বৃহস্পতিবাৰেও চূড়ান্ত নহ'ল কোন হ'ব অসমৰ মুখ্যমন্ত্রী।
  • দুই-এদিনতে বিজেপিৰ সংসদীয় ব'ৰ্ডে ল'ব এই সন্দৰ্ভত সিদ্ধান্ত।
  • সন্ধিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত হৈছিল গুৰুত্বপূৰ্ণ বৈঠক।
  • বৈঠকত মূলতঃ অসম আৰু পশ্চিমবংগক লৈ হৈছিল আলোচনা।
  • অসমত চৰকাৰ গঠন সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় এই বৈঠকত।
  • শীঘ্রে অসমৰ বাবে পৰ্যবেক্ষক নিযুক্তি দিয়াৰ সম্ভাৱনা।
  • নিৰ্বাচনী পৰ্যবেক্ষক অসমলৈ অহাৰ পাছত সিদ্ধান্ত ল'ব সংসদীয় ব'ৰ্ডে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in