শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

পাঞ্জাবাৰীৰ ভাৰাঘৰৰ পৰা চলিছিল মহানগৰীৰ জু-ৰোডৰ বিস্ফোৰণৰ ষড়যন্ত্ৰ, চাওক সবিশেষ

1,768
  • বুধবাৰে মহানগৰীৰ জু-ৰোডত বিস্ফোৰণৰ ঘটনাৰ পিছতে কূটাঘাতকাৰীক বিচাৰি আৰক্ষীৰ অভিযান।
  • বৃহস্পতিবাৰে পুৱা ৪ বজাৰ পৰা মহানগৰ আৰক্ষীয়ে অভিযান চলালে পাঞ্জাবাৰীৰ এটা ঘৰত।
  • পাঞ্জাবাৰীৰ নামঘৰ পথৰ মছজিদ গলিৰ ১০নং ঘৰত অভিযান আৰক্ষীৰ।
  • আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ৯ এম এম পিষ্টল।
  • ইফালে পিষ্টলৰ লগতে ভালেসংখ্যক আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে আৰক্ষীয়ে।
  • ২৫ জাঁই সজীৱ গুলীও জব্দ কৰিছে আৰক্ষীয়ে।
  • পাঞ্জাবাৰীৰ বিশেষ ঘৰটোৰ পৰাই গ্ৰেনেড বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ সন্দেহ।
  • উল্লেখ্য যে, ১০ দিন আগত ঘৰটো ভাৰালৈ লৈছিল জনৈক জাহ্নৱী নামৰ এগৰাকী মহিলাই।
  • ঘৰটোত জাহ্নৱীৰ সৈতে আছিল আন এগৰাকী যুৱতী।
  • জানিব পৰা মতে, যুৱতীগৰাকী জাহ্নৱী নামৰ মহিলাগৰাকীৰ বন কৰা ছোৱালী।
  • ইফালে সেই ঘৰটোলৈ প্ৰায়ে আহি থাকে শান্তি আলোচনাত থকা এগৰাকী আলফা।
  • শান্তি আলোচনাত থকা আলফা প্ৰাণময় ৰাজগুৰু প্ৰায়ে আহি থাকে ঘৰটোলৈ।
  • ইফালে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।
  • আৰক্ষীৰ মতে, ‘ঘটনাক লৈ গীতানগৰ থানাত ৰুজু কৰা হৈছে গোচৰ।’
  • ঘটনাত চাইনীজ গ্ৰেনেড ব্যৱহাৰ হোৱাৰ কথা প্ৰকাশ আৰক্ষীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি