জিএমচিএইচত নিৰাপত্তাৰক্ষীয়ে চোৰ কৰে ৰোগী-আত্মীয়ৰ ম’বাইল! আটক ৫

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • নিৰাপত্তাৰক্ষীৰ নেতৃত্বতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হয় চুৰিকাণ্ড। ‎
  • এটা চোৰৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই কথা।
  • ৰোগী আৰু আত্মীয়ৰ ম'বাইল চুৰিৰ আঁৰত নিৰাপত্তাৰক্ষী জড়িত বুলি প্ৰকাশ চোৰটোৰ।
  • সোমবাৰে আৰক্ষীৰ জালত পৰে এটা চোৰ।
  • চোৰটোৰ নাম হাবি আলাউদ্দিন।
  • ‎ম'বাইল চুৰি কৰাৰ অভিযোগ চোৰটোৰ বিৰুদ্ধে।
  • হাতে-লোতে ধৰা পৰিল চোৰটো। ‎
  • চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত সোধা-পোছাৰ বাবে আটক ৫জন নিৰাপত্তাৰক্ষী।
  • ভঙাগড় আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।
  • শীৰ্ষ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৫ নিৰাপত্তাৰক্ষীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in