শেহতীয়া খবৰ
শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনীয়ানৰ নেতৃত্বত ৰণহুংকাৰ  •  শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনীয়ানৰ নেতৃত্বত ৰণহুংকাৰ  •  লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO

কোনে হত্যা কৰিছিল খাৰঘূলিৰ ১১ বছৰীয়া কিশোৰীগৰাকীক, পোহৰলৈ আহিল সকলো তথ্য

973
  • অৱশেষত পোহৰলৈ আহিল মহানগৰীৰ খাৰঘূলিত মৃত্যু হোৱা কিশোৰীগৰাকীৰ প্ৰকৃত ৰহস্য।
  • মহাবাহুৰ বুকুত সলিল সমাধি ঘটা কিশোৰীগৰাকীৰ ৩ বন্ধুৱে আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সকলো কথা।
  • ৩ বন্ধুৰ সৈতে খেলিবলৈ গৈছিল কিশোৰীগৰাকী।
  • তাৰ পিছতে কিশোৰীগৰাকী পানীত বুৰ গৈছিল।
  • ১৬ এপ্ৰিলৰ পৰা কিশোৰীগৰাকীৰ কোনো সন্ধান পোৱা নাছিল পৰিয়ালে।
  • অৱশেষত বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ।
  • বন্ধু কেইজনে ভয়তে কাকো কোৱা নাছিল ঘটনাৰ বিষয়ে।
  • নদী আৰক্ষীয়ে বৃহস্পতিবাৰে উদ্ধাৰ কৰিছিল ১১ বছৰীয়া কিশোৰীৰ মৃতদেহ।
  • তাৰ পিছতে আৰক্ষীৰ আগত ৩ কিশোৰে সমগ্ৰ ঘটনা স্বীকাৰ কৰাতহে পোহৰলৈ আহিছে প্ৰকৃত ৰহস্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি