কোনে হত্যা কৰিছিল খাৰঘূলিৰ ১১ বছৰীয়া কিশোৰীগৰাকীক, পোহৰলৈ আহিল সকলো তথ্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • অৱশেষত পোহৰলৈ আহিল মহানগৰীৰ খাৰঘূলিত মৃত্যু হোৱা কিশোৰীগৰাকীৰ প্ৰকৃত ৰহস্য।
  • মহাবাহুৰ বুকুত সলিল সমাধি ঘটা কিশোৰীগৰাকীৰ ৩ বন্ধুৱে আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সকলো কথা।
  • ৩ বন্ধুৰ সৈতে খেলিবলৈ গৈছিল কিশোৰীগৰাকী।
  • তাৰ পিছতে কিশোৰীগৰাকী পানীত বুৰ গৈছিল।
  • ১৬ এপ্ৰিলৰ পৰা কিশোৰীগৰাকীৰ কোনো সন্ধান পোৱা নাছিল পৰিয়ালে।
  • অৱশেষত বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ।
  • বন্ধু কেইজনে ভয়তে কাকো কোৱা নাছিল ঘটনাৰ বিষয়ে।
  • নদী আৰক্ষীয়ে বৃহস্পতিবাৰে উদ্ধাৰ কৰিছিল ১১ বছৰীয়া কিশোৰীৰ মৃতদেহ।
  • তাৰ পিছতে আৰক্ষীৰ আগত ৩ কিশোৰে সমগ্ৰ ঘটনা স্বীকাৰ কৰাতহে পোহৰলৈ আহিছে প্ৰকৃত ৰহস্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in