হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন কি বিভাগৰ মন্ত্ৰী…

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন কি বিভাগৰ মন্ত্ৰী…
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ ।
  • স্বাস্থ্য বিভাগৰ দায়িত্ব কেশৱ মহন্ত ।
  • মুখ্যমন্ত্ৰীৰ হাততে থাকিব গৃহ আৰু লোক নিৰ্মান বিভাগ ।
  • ৰনোজ পেগুক শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰ ।
  • কৃষি আৰু পশুপালন,অসম চুক্তি ৰূপায়ন বিভাগৰ দায়িত্ব দিলে অতুল বৰাক ।
  • পৰিমল শুক্লবৈদ্যক বন,আবকাৰী আৰু মীন বিভাগৰ দায়িত্ব ।
  • ইউ জি ব্ৰহ্মক হস্ততাঁত আৰু ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
  • অজন্তা নেওঁগক বিত্ত আৰু সমাজ কল্যান বিভাগৰ দায়িত্ব দিয়া হৈছে ।
  • বিমল বৰাক ক্ৰীড়া আৰু যুৱ কল্যান,সাংস্কৃতিক, শক্তি আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে ।
  • ৰঞ্জিত দাসক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ দায়িত্ব দিয়া হৈছে।
  • যোগেন মোহনক ৰাজহ আৰু দুৰ্যোগ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
  • সঞ্জয় কিষাণক চাহ জনজাতি উন্নয়ন আৰু শ্ৰম বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।
  • অশোক সিংঘালক গুৱাহাটী উন্নয়ন,নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।
  • পীয়ুষ হাজৰিকাক জলসম্পদ,তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।
  • চন্দ্ৰ মোহন পাটোৱাৰীক পৰিবহন,উদ্যোগ,বানিজ্য আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in