বৃহস্পতিবাৰে ক’ত ক’ত নৈশ সান্ধ্য আইন ঘোষণা…

বৃহস্পতিবাৰে ক’ত ক’ত নৈশ সান্ধ্য আইন ঘোষণা…
  • বৃহস্পতিবাৰৰ পৰা উত্তৰ প্ৰদেশৰ গাজিয়াবাদত নৈশ সান্ধ্য আইন ঘোষণা ।
  • নিশা ১০ বজাৰ পৰা ৫ বজালৈ গাজিয়াবাদ জিলাত ঘোষণা কৰা হৈছে লকডাউন ।
  • কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে এই ঘোষণা কৰে জিলা প্ৰশাসনে ।
  • কোভিডৰ সংক্ৰমন ৰোধ কৰিবলৈ নয়ডাতো ঘোষণা কৰা হৈছে নৈশ সান্ধ্য আইন ।
  • দেশত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হয় ১ লাখৰো অধিক লোক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in