শনিবাৰে মহানগৰীত যান-বাহন চলোৱাৰ পূৰ্বে চাওক এই খবৰ

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • মোদীৰ অসম ভ্ৰমণক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে পথ নিৰ্দেশনা।
  • শনিবাৰে পুৱা ৪ বজাৰ পৰা যান-বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে গধূৰ বাণিজ্যিক বাহন।
  • শুকুৰবাৰেও কেইবাটাও পথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰক্ষীয়ে।
  • ডি জি ৰোড, এম জি ৰোড, এ টি ৰোড আৰু আৰ জি বি ৰোডত থাকিব নিষেধাজ্ঞা।
  • কেইবাটাও পথত NO PARKING ঘোষণা কৰা হৈছে।
  • বিমানবন্দৰৰ পৰা বিশ্ববিদ্যালয়লৈ বাইপাছত NO PARKING।
  • জালুকবাৰী ৰ'টাৰীতো NO PARKING জ'ন।
  • জালুকবাৰীৰ পৰা ভৰলুমুখলৈ ডি জি ৰোডত NO PARKING।
  • ভৰলুমুখৰ পৰা ৰাজভৱনলৈ এম জি ৰোডত NO PARKING।
  • খানাপাৰাৰ পৰা জালুকবাৰলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত NO PARKING।
  • বিমানবন্দৰৰ পৰা খানাপাৰালৈ ছাৰ্ভিচ ৰোডত NO PARKING জ'ন ঘোষণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in