শেহতীয়া খবৰ
এজনো খিলঞ্জীয়া জনজাতীয় প্ৰতিনিধি নাই সাংবিধানিক ৰক্ষাকৱচ কমিটীতঃ প্রতিক্রিয়া খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ  •  বান সাহায্যৰ নামত অহা ২৪ বেগ চাউলৰ বিতৰণ মাত্ৰ ২ বেগ, কামপুৰত উত্তপ্ত পৰিস্থিতি  •  বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক  •  ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO

শনিবাৰে মহানগৰীত যান-বাহন চলোৱাৰ পূৰ্বে চাওক এই খবৰ

636
  • মোদীৰ অসম ভ্ৰমণক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে পথ নিৰ্দেশনা।
  • শনিবাৰে পুৱা ৪ বজাৰ পৰা যান-বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে গধূৰ বাণিজ্যিক বাহন।
  • শুকুৰবাৰেও কেইবাটাও পথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰক্ষীয়ে।
  • ডি জি ৰোড, এম জি ৰোড, এ টি ৰোড আৰু আৰ জি বি ৰোডত থাকিব নিষেধাজ্ঞা।
  • কেইবাটাও পথত NO PARKING ঘোষণা কৰা হৈছে।
  • বিমানবন্দৰৰ পৰা বিশ্ববিদ্যালয়লৈ বাইপাছত NO PARKING।
  • জালুকবাৰী ৰ’টাৰীতো NO PARKING জ’ন।
  • জালুকবাৰীৰ পৰা ভৰলুমুখলৈ ডি জি ৰোডত NO PARKING।
  • ভৰলুমুখৰ পৰা ৰাজভৱনলৈ এম জি ৰোডত NO PARKING।
  • খানাপাৰাৰ পৰা জালুকবাৰলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত NO PARKING।
  • বিমানবন্দৰৰ পৰা খানাপাৰালৈ ছাৰ্ভিচ ৰোডত NO PARKING জ’ন ঘোষণা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি