শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

গুৱাহাটীত শিথিল হ’ল লকডাউনৰ কিছু নীতি-নিয়মঃ কেতিয়া খুলিব সুৰাৰ বিপণী…

9,237

ডিজিটেল ডেস্কঃ গুৱাহাটীত লকডাউন কিছু পৰিমাণে শিথিল হ’লেও পাচলি বজাৰ খোলা নহয়। অৱশ্যে তাৰ সলনি ঘৰে ঘৰে গৈ পাচলি আৰু ফলমূল বিক্ৰী কৰিব পাৰিব কোনো লোকে। কিন্তু গুৱাহাটীত লকডাউন কিছু পৰিমাণে শিথিল হোৱাৰ বাবে দোকান-পোহাৰ নিৰ্দিষ্ট সময়ত খোলাৰ বাবে খাদ্য-সামগ্ৰীৰ নাটনি নোহোৱা হ’ব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে লকডাউন শিথিল হ’লেও ভাল খবৰ নাহিল সুৰা সেৱন কৰা লোকসকলৰ বাবে। কাৰণ গুৱাহাটীত নোখোলে সুৰাৰ বিপণী। পৰৱৰ্তী সময়ত কেতিয়া সুৰাৰ বিপণী খুলিব তাক লৈ কোনো তথ্য প্ৰকাশ কৰা নাই প্ৰশাসনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি