শেহতীয়া খবৰ
নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

হোৱাটছএপৰ গুৰুত্বপূৰ্ণ ঘোষণাঃ তিনি মাহলৈ পিচুওৱা হৈছে নতুন গোপনীয়তা নীতিৰ সময়…

3,158

ডিজিটেল ডেস্কঃ ছ’চিয়েল মেছেজিং এপ হোৱাটছএপে কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা। হোৱাটছএপ কৰ্তৃপক্ষৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে, অহা ৮ ফেব্ৰুৱাৰী, ২০২১ত এপটোত বলবৎ নহয় নতুন গোপনীয়তা নীতি। এই নতুন নীতি জাৰি কৰাৰ সময় আৰু তিনি মাহৰ বাবে পিছুওৱাই দিয়া হৈছে।

তদুপৰি হোৱাটছএপে এই এপটো ব্যৱহাৰকাৰীসকলক এই নতুন গোপনীয়তা নীতিৰ সন্দৰ্ভত মঞ্জুৰি প্ৰদানৰ বাবে অহা ১৫ মে’, ২০২১লৈ সোধ-পোছ কৰিব। লক্ষণীয় যে, হোৱাটছএপৰ এই নতুন গোপনীয়তা নীতি সন্দৰ্ভত অৱগত হোৱাৰ পাছৰে পৰা বহু লোকে ইতিমধ্যে এই ছ’চিয়েল মেচেজিং এপটোৰ পৰা আঁতৰি আন ছ’চিয়েল মেচেজিং এপ যেনে ছিগনেল আৰু টেলিগ্ৰাম ব্যৱহাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি