শীৰ্ষত ধেমাজিঃ কোন জিলাত কিমান উত্তীৰ্ণৰ হাৰ….

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰবাৰ উজলিলি ধেমাজি। ৩৩ খন জিলাৰ ভিতৰত সৰ্বাধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ধেমাজি জিলাৰ পৰা। জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮৫.৪৬ শতাংশ। আনহাতে সৰ্ব নিম্ন উত্তীৰ্ণৰ হাৰ হৈছে চিৰাং জিলাত। জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৩৪.২৭ শতাংশ।

বৰপেটা জিলাত ৭০.০৭ শতাংশ বঙাইগাওঁ ৪৩.০৫ শতাংশ, বাক্সা ৬৬.৫৯ শতাংশ, কাছাৰ ৪৩.০৩ শতাংশ, ধুবুৰী ৪৮.১৪ শতাংশ, দৰং ৬৯.০৭ শতাংশ, ডিব্ৰুগড় ৫৩.৭৯ শতাংশ, গোৱালপাৰা ৪১.২০ শতাংশ, গোলাঘাট ৬০.২৬ শতাংশ, হাইলাকন্দি ৪৮.৮৯ শতাংশ, যোৰহাট ৬২. ৯০ শতাংশ, কামৰূপ গ্ৰাম্য ৬৪.৯০, কাৰ্বি আংলং ৪৯.৯২, কৰিমগঞ্জ ৪৭.২০, কোকৰাঝাৰ ৪৭.৪০, লখিমপুৰ ৭৫.৬২, মৰিগাওঁ ৫৯.৬৯, নগাঁও ৪৮.৪৫, নলবাৰী ৭৯.১৭, ডিমাহাচাও ৮১.৩১, শিৱসাগৰ ৮১.১৭, শোণিতপুৰ ৪৮.৬৬, তিনিচুকীয়া ৪৬.০৯, ওদালগুৰি ৪৬.৫০, কামৰূপ মেট্ৰ ৬৩.১২ বিশ্বনাথ ৫১.৫৮, চৰাইদেউ ৪৮.১৪, হোজাই ৩৭.২৯, মাজুলী ৭০.৩৩, দক্ষিণ শালমাৰা ৫৮.২৫, পশ্চিম কাৰ্বিআংলং ৪২.৭১ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in