শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

শীৰ্ষত ধেমাজিঃ কোন জিলাত কিমান উত্তীৰ্ণৰ হাৰ….

ডিজিটেল ডেস্কঃ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰবাৰ উজলিলি ধেমাজি। ৩৩ খন জিলাৰ ভিতৰত সৰ্বাধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ধেমাজি জিলাৰ পৰা। জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮৫.৪৬ শতাংশ। আনহাতে সৰ্ব নিম্ন উত্তীৰ্ণৰ হাৰ হৈছে চিৰাং জিলাত। জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৩৪.২৭ শতাংশ।

বৰপেটা জিলাত ৭০.০৭ শতাংশ বঙাইগাওঁ ৪৩.০৫ শতাংশ, বাক্সা ৬৬.৫৯ শতাংশ, কাছাৰ ৪৩.০৩ শতাংশ, ধুবুৰী ৪৮.১৪ শতাংশ, দৰং ৬৯.০৭ শতাংশ, ডিব্ৰুগড় ৫৩.৭৯ শতাংশ, গোৱালপাৰা ৪১.২০ শতাংশ, গোলাঘাট ৬০.২৬ শতাংশ, হাইলাকন্দি ৪৮.৮৯ শতাংশ, যোৰহাট ৬২. ৯০ শতাংশ, কামৰূপ গ্ৰাম্য ৬৪.৯০, কাৰ্বি আংলং ৪৯.৯২, কৰিমগঞ্জ ৪৭.২০, কোকৰাঝাৰ ৪৭.৪০, লখিমপুৰ ৭৫.৬২, মৰিগাওঁ ৫৯.৬৯, নগাঁও ৪৮.৪৫, নলবাৰী ৭৯.১৭, ডিমাহাচাও ৮১.৩১, শিৱসাগৰ ৮১.১৭, শোণিতপুৰ ৪৮.৬৬, তিনিচুকীয়া ৪৬.০৯, ওদালগুৰি ৪৬.৫০, কামৰূপ মেট্ৰ ৬৩.১২ বিশ্বনাথ ৫১.৫৮, চৰাইদেউ ৪৮.১৪, হোজাই ৩৭.২৯, মাজুলী ৭০.৩৩, দক্ষিণ শালমাৰা ৫৮.২৫, পশ্চিম কাৰ্বিআংলং ৪২.৭১ শতাংশ।

ক্লিক কৰি পঢ়কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ ৬৪০১০১ জন ছাত্ৰ-ছাত্ৰী…