শেহতীয়া খবৰ
পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...  •  ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১  •  পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল'লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য  •  আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু...  •  শোণিতপুৰৰ বৰছলাত ব্যতিক্ৰমীৰূপত শিল্পী দিৱস উদযাপন  •  দক্ষিন শালমাৰাৰ ফেৰছাঁটাৰীত ভূমি কেন্দ্ৰিক সংঘাতঃ জ্বলাই দিলে ঘৰ, পাঁচ লক্ষাধিক টকাৰ ক্ষতি

কেন্দ্ৰীয় মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন, বহুসময়ৰ বাবে আবদ্ধ হৈ থাকিল অসহায় মন্ত্ৰী

577
  • কেন্দ্ৰীয় মন্ত্ৰী দেবাশ্ৰী চৌধুৰীক ক’লা পতাকা প্ৰদৰ্শন।
  • পশ্চিম বংগত মন্ত্ৰীগৰাকীক প্ৰদৰ্শন কৰা হয় ক’লা পতাকা।
  • তৃণমূল কংগ্ৰেছে ক’লা পতাকা প্ৰদৰ্শন কৰি ‘গ’ বেক’ ধ্বনী দিয়ে।
  • ঘূৰ্ণী বতাহে ক্ষতি কৰা এলেকাৰ ৰাইজৰ খবৰ লবলৈ গৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
  • সেই সময়তে আগচি ধৰি প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে।
  • উল্লেখ্য যে, ৰাজ্যখনৰ ২৪ পশ্চিম পাৰাগানাৰ গোসাবা এলেকাত ঘূৰ্ণী বতাহে ক্ষতি কৰিছিল বহুলোকৰ।
  • সেই লোকসকলৰ খবৰ লবলৈ গৈছিল দেবাশ্ৰী চৌধুৰী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি