কেন্দ্ৰীয় মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন, বহুসময়ৰ বাবে আবদ্ধ হৈ থাকিল অসহায় মন্ত্ৰী

কেন্দ্ৰীয় মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন, বহুসময়ৰ বাবে আবদ্ধ হৈ থাকিল অসহায় মন্ত্ৰী
  • কেন্দ্ৰীয় মন্ত্ৰী দেবাশ্ৰী চৌধুৰীক ক'লা পতাকা প্ৰদৰ্শন।
  • পশ্চিম বংগত মন্ত্ৰীগৰাকীক প্ৰদৰ্শন কৰা হয় ক'লা পতাকা।
  • তৃণমূল কংগ্ৰেছে ক'লা পতাকা প্ৰদৰ্শন কৰি 'গ' বেক' ধ্বনী দিয়ে।
  • ঘূৰ্ণী বতাহে ক্ষতি কৰা এলেকাৰ ৰাইজৰ খবৰ লবলৈ গৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
  • সেই সময়তে আগচি ধৰি প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে।
  • উল্লেখ্য যে, ৰাজ্যখনৰ ২৪ পশ্চিম পাৰাগানাৰ গোসাবা এলেকাত ঘূৰ্ণী বতাহে ক্ষতি কৰিছিল বহুলোকৰ।
  • সেই লোকসকলৰ খবৰ লবলৈ গৈছিল দেবাশ্ৰী চৌধুৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in