ৰাজপথত দাউদাউকৈ জ্বলিল তেলৰ টেংকাৰ…

ৰাজপথত দাউদাউকৈ জ্বলিল তেলৰ টেংকাৰ…
  • পশ্চিম বংগত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • ৰাজপথতে দাউদাউকৈ জ্বলিল তেলৰ টেংকাৰ।
  • জলপাইগুৰিৰ বন্ধু নগৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে জ্বলি উঠে টেংকাৰখন।
  • কিছুসময় পূৰ্বে এই ঘটনা সংঘটিত হৈছে।
  • এই দুৰ্ঘটনাত আহত হৈছে টেংকাৰখনৰ চালকগৰাকী।
  • ৪খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ জুই নিৰ্বাপনৰ চেষ্টা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in