শেহতীয়া খবৰ
বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...

ৰাজপথত দাউদাউকৈ জ্বলিল তেলৰ টেংকাৰ…

318
  • পশ্চিম বংগত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • ৰাজপথতে দাউদাউকৈ জ্বলিল তেলৰ টেংকাৰ।
  • জলপাইগুৰিৰ বন্ধু নগৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে জ্বলি উঠে টেংকাৰখন।
  • কিছুসময় পূৰ্বে এই ঘটনা সংঘটিত হৈছে।
  • এই দুৰ্ঘটনাত আহত হৈছে টেংকাৰখনৰ চালকগৰাকী।
  • ৪খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ জুই নিৰ্বাপনৰ চেষ্টা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি