চণ্ডীগড়-ডিব্ৰুগড় সংযোগী এক্সপ্ৰেছত অগ্নিকাণ্ড…

চণ্ডীগড়-ডিব্ৰুগড় সংযোগী এক্সপ্ৰেছত অগ্নিকাণ্ড…
  • পশ্চিম বংগত চলন্ত ৰেলত অগ্নিকাণ্ড।
  • চণ্ডীগড়-ডিব্ৰুগড় সংযোগী এক্সপ্ৰেছত এই অগ্নিকাণ্ড।
  • দাৰ্জিলিঙৰ ফানছিদেৱাৰ সমীপত ৰেল খনৰ ইঞ্জিনৰ পৰা ধোৱা ওলোৱা পৰলক্ষিত হয়।
  • লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৰেলৰ কৰ্মচাৰীসকলে।
  • ৩খনকৈ অগ্নিনিৰ্বাপকৰ বাহন ঘটনাস্থলীত উপস্থিত।
  • কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in