শেহতীয়া খবৰ
‘কেব’ ‘কা’ (CAA) হ’ল!  •  অসম আৰক্ষীত ব্যাপক সালসলনি...  •  নাৰী সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে দিল্লীত মহিলা কংগ্ৰেছৰ সমদল...  •  নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত জামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ  •  নাৰীজনিত অপৰাধৰ বিৰুদ্ধে দিল্লী চৰকাৰৰ অভিযানঃ স্কুল-কলেজৰ ছাত্ৰক দিয়া হ’ব এই শপত...  •  জম্মু-কাশ্মীৰৰ ৰাজৌৰী চেক্টৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন, সামান্যভাৱে আহত ২ ভাৰতীয় জোৱান  •  CAA বিৰোধী প্ৰতিবাদত উত্তপ্ত উত্তৰ পূবঃ শংকিত অমিত শ্বাহে বাতিল কৰিলে শ্বিলং ভ্ৰমণ...  •  ভূমিকম্পই জোকাৰি গ’ল...  •  নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শ্বিলঙত উত্তাল প্ৰতিবাদ...  •  'ৰেপ ইন ইণ্ডিয়া’ মন্তব্যক লৈ ক্ষমা নোখোজে ৰাহুল গান্ধীয়ে…

চণ্ডীগড়-ডিব্ৰুগড় সংযোগী এক্সপ্ৰেছত অগ্নিকাণ্ড…

510
  • পশ্চিম বংগত চলন্ত ৰেলত অগ্নিকাণ্ড।
  • চণ্ডীগড়-ডিব্ৰুগড় সংযোগী এক্সপ্ৰেছত এই অগ্নিকাণ্ড।
  • দাৰ্জিলিঙৰ ফানছিদেৱাৰ সমীপত ৰেল খনৰ ইঞ্জিনৰ পৰা ধোৱা ওলোৱা পৰলক্ষিত হয়।
  • লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৰেলৰ কৰ্মচাৰীসকলে।
  • ৩খনকৈ অগ্নিনিৰ্বাপকৰ বাহন ঘটনাস্থলীত উপস্থিত।
  • কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি