পশ্চিমবংগত বিজেপি কৰ্মী-আৰক্ষীৰ সংঘাত…

পশ্চিমবংগত বিজেপি কৰ্মী-আৰক্ষীৰ সংঘাত…

ডিজিটেল ডেস্কঃ পশ্চিমবংগত শনিবাৰে বিজেপি কৰ্মী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘাত। বিজেপি সাংসদ দীলিপ ঘোষে এক ৰেলী উলিওৱাৰ পাছতেই আৰক্ষী আৰু দলটোৰ কৰ্মী-সমৰ্থসকলৰ মাজত সৃষ্টি হয় সংঘাতৰ।

দৰাচলতে, পশ্চিমবংগৰ গংগাৰামপূৰৰ দক্ষিণ দিনাজপুৰত বিজেপি সাংসদগৰাকীয়ে উলিওৱা ৰেলীত বাধা দিছিল আৰক্ষীয়ে। আৰু তাৰপাছতেই এই সংঘাতৰ সৃষ্টি হয়। ইফালে, এই সংঘাটত আহত হয় এজন আৰক্ষী বিষয়াসহ কেইবাজনো লোক। আহত আটাইকেইজনে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in