পুলৱামাৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ পশ্চিম বংগ চৰকাৰৰ ৫ লাখ টকাৰ সাহায্য

পুলৱামাৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ পশ্চিম বংগ চৰকাৰৰ ৫ লাখ টকাৰ সাহায্য
  • পুলৱামা বিস্ফোৰণত নিহত পশ্চিম বংগৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ আৰ্থিক সাহায্য।
  • ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ।
  • এই ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে।
  • উল্লেখ্য যে, পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল মুঠ ৪৪ জনকৈ জোৱান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in