শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

পশ্চিমবংগত বিধ্বংসী অগ্নিকাণ্ড

89
  • পশ্চিমবংগত বিধ্বংসী অগ্নিকাণ্ড।
  • ৰবিন্দ্ৰ নগৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে।
  • চিলিগুৰিত সংঘটিত এই অগ্নিকাণ্ড নিৰ্বাপিত কৰাৰ চেষ্টা ৫ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ।
  • জুইত জাহ গৈছে প্ৰায় ৭খন ব্যৱসায়িক প্ৰতিষ্ঠান।
Image
  • বৰ্তমান লৈকে জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি