মমতা বেনাৰ্জীৰ নেতৃত্বত কা-এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদী মিছিল বাহিৰ…

মমতা বেনাৰ্জীৰ নেতৃত্বত কা-এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদী মিছিল বাহিৰ…
  • পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদী মিছিল বাহিৰ।
  • ৰাজ্যখনৰ দুৰ্গাপুৰৰ পৰা বাহিৰ কৰা হয় এই প্ৰতিবাদী মিছিল।
  • মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত বাহিৰ কৰা এই মিছিল।
  • শ শ লোকে অংশ লয় 'কা'-এনআৰচি বিৰোধী এই প্ৰতিবাদী মিছিলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in