শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

পশ্চিম বংগৰ উপ নিৰ্বাচনৰ ভোট গণনাঃ ৩ সমষ্টিত কংগ্ৰেছ-তৃণমূল আৰু বিজেপিৰ ১-১ৰ অগ্ৰগতি

483
  • পশ্চিম বংগৰ ৩ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ।
  • সংঘনাই সলনি হৈছে নিৰ্বাচনৰ ফলাফল।
  • কৰীমপুৰ সমষ্টিত আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিমলেন্দু সিংহ ৰয়।
  • বিজেপি প্ৰাৰ্থী জয় প্ৰকাশ মজুমদাৰতকৈ ৪২০০ টা ভোটত আগবাঢ়ি আছে বিমলেন্দু।
  • প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত কালিয়াগঞ্জ সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী গৰাকী।
  • আনহাতে খড়গপুৰ সমষ্টিত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা ক্ৰমাৎ প্ৰৱল হৈছে।
  • উল্লেখ্য যে, পশ্চিম বংগৰ ৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি