পশ্চিম বংগৰ উপ নিৰ্বাচনৰ ভোট গণনাঃ ৩ সমষ্টিত কংগ্ৰেছ-তৃণমূল আৰু বিজেপিৰ ১-১ৰ অগ্ৰগতি

পশ্চিম বংগৰ উপ নিৰ্বাচনৰ ভোট গণনাঃ ৩ সমষ্টিত কংগ্ৰেছ-তৃণমূল আৰু বিজেপিৰ ১-১ৰ অগ্ৰগতি
  • পশ্চিম বংগৰ ৩ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ।
  • সংঘনাই সলনি হৈছে নিৰ্বাচনৰ ফলাফল।
  • কৰীমপুৰ সমষ্টিত আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিমলেন্দু সিংহ ৰয়।
  • বিজেপি প্ৰাৰ্থী জয় প্ৰকাশ মজুমদাৰতকৈ ৪২০০ টা ভোটত আগবাঢ়ি আছে বিমলেন্দু।
  • প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত কালিয়াগঞ্জ সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী গৰাকী।
  • আনহাতে খড়গপুৰ সমষ্টিত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা ক্ৰমাৎ প্ৰৱল হৈছে।
  • উল্লেখ্য যে, পশ্চিম বংগৰ ৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in