পশ্চিমবংগত নলাত বাগৰিল বাছ, নিহত ৬

পশ্চিমবংগত নলাত বাগৰিল বাছ, নিহত ৬
  • মঙলবাৰে পশ্চিমবংগত শোকাৱাহ পথ দুৰ্ঘটনা।
  • হুগলী জিলাৰ হৰিপালত সংঘটিত হয় বাছ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই এটা নলাত বাগৰি পৰে বাছখন।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় ৬জনকৈ যাত্ৰী।
  • ইফালে, ২০জন লোক আহত হয় এই দুৰ্ঘটনাত।
  • আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in