মমতা বেনাৰ্জীৰ ঘনিষ্ঠ তথা চাৰিবাৰকৈ বিধায়ক হোৱা সোনালী গুহাই যোগদান কৰিব বিজেপিত…

মমতা বেনাৰ্জীৰ ঘনিষ্ঠ তথা চাৰিবাৰকৈ বিধায়ক হোৱা সোনালী গুহাই যোগদান কৰিব বিজেপিত…
  • পশ্চিমবংগ চৰকাৰৰ ৪ বাৰকৈ বিধায়ক তথা মমতা বেনাৰ্জীৰ অতিকৈ ঘনিষ্ঠ সোনালী গুহাই বিজেপিত যোগদান কৰিব ।
  • সমাগত পশ্তিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে টিকট নোপোৱাৰ বাবে বিজেপিত যোগদান কৰিব বুলি মন্তব্য বিধায়ক গৰাকীৰ ।
  • বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি মুকুল ৰয়ে বিজেপিলৈ আমন্ত্ৰন কৰে বিধায়ক গৰাকীক ।
  • মঙলবাৰে বিধায়ক গৰাকী বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in