হুইল চেয়াৰত বহিয়েই ‘দিদি’ৰ প্ৰচাৰ আৰম্ভ…

হুইল চেয়াৰত বহিয়েই ‘দিদি’ৰ প্ৰচাৰ আৰম্ভ…
  • হুইল চেয়াৰত বহিয়েই আজি প্ৰথমটো প্ৰচাৰ কাৰ্যসূচীত অংশ লব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
  • পুৰুলিয়া জিলাত আজি প্ৰথমখন জনসভাত অংশ লব বেনাৰ্জীয়ে।
  • পুৰুলিয়া, বাঙ্কুৰা আৰু ঝাৰগ্ৰাম জিলাত ধাৰাবাহিকভাৱে প্ৰচাৰ চলাব মমতা বেনাৰ্জীয়ে।
  • হেলিকপ্টাৰে গৈ এই জিলাসমূহত উপস্থিত হব মুখ্যমন্ত্ৰীগৰাকী।
  • উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে হস্পাতালৰ পৰা ৰিলিজ দিয়া হৈছে বেনাৰ্জীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in