মমতা বেনাৰ্জীক সাক্ষাতৰ উদ্দেশ্যে কলকতাত উপস্থিত অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু…

মমতা বেনাৰ্জীক সাক্ষাতৰ উদ্দেশ্যে কলকতাত উপস্থিত অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু…
  • কলকতাত উপস্থিত অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু।
  • সাক্ষাৎ কৰিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক।
  • কলকতা বিমান বন্দৰৰ পৰা পোনে পোনে সাক্ষাৎৰ বাবে গাড়ীৰে ৰাওনা নাইডু।
  • বিৰোধী ঐক্যৰ সন্দৰ্ভত কৰা হ'ব আলোচনা।
  • ইয়াৰ পূৰ্বে নাইডুয়ে দেওবাৰে ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক কৰিছিল সাক্ষাৎ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in