ভাৰত্তোলনত দন্ত চিকিৎসক আৰতী অৰুণৰ সোণৰ পদক…

ভাৰত্তোলনত দন্ত চিকিৎসক আৰতী অৰুণৰ সোণৰ পদক…
  • এছিয়াৰ ভাৰত্তোলন চেম্পিয়নশ্বীপত দন্ত চিকিৎসক আৰতী অৰুণৰ সোণৰ পদক।
  • হংকঙত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
  • চিকিৎসা সেৱাৰ মাজতেই আৰতী অৰুণে অব্যাহত ৰাখে অনুশীলন।
  • ভাৰতৰ বাবে এই সফলতা কঢ়িয়াই আনি সুখী আৰতী অৰুণ।
  • তামিলনাডুত ঘৰ আৰতীৰ।
  • এই প্ৰতিযোগিতাত অংশ ল'বলৈ যাওঁতে পোৱা নাছিল কোনো চৰকাৰী সাহায্য।
  • জেপৰ পৰা ডেৰ লাখ টকা ব্যয় কৰি অংশ লৈছিল প্ৰতিযোগিতাত।
  • ইয়াক লৈ অসন্তুষ্টি ব্যক্ত আৰতী অৰুণৰ।
  • গৃহ ৰাজ্য তামিলনাডু চৰকাৰেও দিয়া নাছিল কোনো সাহায্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in