শেহতীয়া খবৰ
ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  কলিয়াবৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত...  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  ঘৰৰ মজিয়াত ওলাল ঘৰিয়াল, তাৰ পিছত...  •  ঢকুৱাখনাৰ চাৰিকৰীয়া নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ভাৰত্তোলনত দন্ত চিকিৎসক আৰতী অৰুণৰ সোণৰ পদক…

462
  • এছিয়াৰ ভাৰত্তোলন চেম্পিয়নশ্বীপত দন্ত চিকিৎসক আৰতী অৰুণৰ সোণৰ পদক।
  • হংকঙত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
  • চিকিৎসা সেৱাৰ মাজতেই আৰতী অৰুণে অব্যাহত ৰাখে অনুশীলন।
  • ভাৰতৰ বাবে এই সফলতা কঢ়িয়াই আনি সুখী আৰতী অৰুণ।
  • তামিলনাডুত ঘৰ আৰতীৰ।
  • এই প্ৰতিযোগিতাত অংশ ল’বলৈ যাওঁতে পোৱা নাছিল কোনো চৰকাৰী সাহায্য।
  • জেপৰ পৰা ডেৰ লাখ টকা ব্যয় কৰি অংশ লৈছিল প্ৰতিযোগিতাত।
  • ইয়াক লৈ অসন্তুষ্টি ব্যক্ত আৰতী অৰুণৰ।
  • গৃহ ৰাজ্য তামিলনাডু চৰকাৰেও দিয়া নাছিল কোনো সাহায্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি