বুধবাৰে সুৰা বিপণী বন্ধৰ নিৰ্দেশ কামৰূপ মেট্ৰ’ প্ৰশাসনৰ

বুধবাৰে সুৰা বিপণী বন্ধৰ নিৰ্দেশ কামৰূপ মেট্ৰ’ প্ৰশাসনৰ
  • বুধবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ।
  • গুৰুজনাৰ জন্মোৎসৱৰ দিনা কামৰূপ মহানগৰ প্ৰশাসনৰ বিশেষ নিৰ্দেশ।
  • জিলাখনত সকলো সুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দেশ দিছে কামৰূপ (ম) উপায়ুক্তই।
  • আবকাৰী অনুজ্ঞাপত্ৰ থকা দেশী-বিদেশী সুৰাৰ বিপণী বন্ধ ৰাখিব লাগিব বুধবাৰে।
  • অসম আবকাৰী বিধি ২০১৬ (সংশোধিত) ৩২৬ (৪) অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা।
  • এই নিৰ্দেশ অমান্য কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in