শেহতীয়া খবৰ
মুম্বাইত উজ্বলিল অসম সন্তান ভাৰ্গৱ...  •  উলুবাৰীত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে আই আই টিৰ দুজন ছাত্ৰক  •  চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ  •  আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  •  আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

বুধবাৰে সুৰা বিপণী বন্ধৰ নিৰ্দেশ কামৰূপ মেট্ৰ’ প্ৰশাসনৰ

362
  • বুধবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ।
  • গুৰুজনাৰ জন্মোৎসৱৰ দিনা কামৰূপ মহানগৰ প্ৰশাসনৰ বিশেষ নিৰ্দেশ।
  • জিলাখনত সকলো সুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দেশ দিছে কামৰূপ (ম) উপায়ুক্তই।
  • আবকাৰী অনুজ্ঞাপত্ৰ থকা দেশী-বিদেশী সুৰাৰ বিপণী বন্ধ ৰাখিব লাগিব বুধবাৰে।
  • অসম আবকাৰী বিধি ২০১৬ (সংশোধিত) ৩২৬ (৪) অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা।
  • এই নিৰ্দেশ অমান্য কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি