অসম – পশ্চিমবংগলৈ আহিব স্বৰাজ ইণ্ডিয়াৰ প্ৰধান যোগেন্দ্ৰ যাদৱ…

অসম – পশ্চিমবংগলৈ আহিব স্বৰাজ ইণ্ডিয়াৰ প্ৰধান যোগেন্দ্ৰ যাদৱ…

ডিজিটেল ডেস্ক : স্বৰাজ ইণ্ডিয়াৰ প্ৰধান যোগেন্দ্ৰ যাদৱে কৃষক আন্দোলন দুৰ্বল হৈ থকা সন্দৰ্ভত মন্তব্য প্ৰদান কৰে । আনহাতে আন্দোলনক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে বুলিও যোগেন্দ্ৰ যাদৱে উল্লেখ কৰে । যোগেন্দ্ৰ যাদৱে কৈছিল যে এই চৰকাৰে ভোটৰ ভাষা জানে, সেয়েহে আমি অসম আৰু পশ্চিম বংগলৈ যাম আৰু তাত থকা জনসাধাৰণক বিজেপিক নিৰ্বাচন ভোটদান কৰিবলৈ আহ্বান জনাম।

যোগেন্দ্ৰ যাদৱে কয় যে ৰাজস্থানৰ চিকাৰত কৃষকসকলৰ মহাপঞ্চায়ত চৰকাৰে আন্দোলনটো যিমান সম্ভৱ দমন কৰিবলৈ চেষ্টা কৰিব বুলি উল্লেখ কৰে যোগেন্দ্ৰ যাদবে । দেশৰ আন অংশত আন্দোলন দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে বুলিও উল্লেখ কৰে নেতা গৰাকীয়ে । কৃষকসকলে আন্দোলনৰ সপক্ষে দৃঢ়তাৰে সমৰ্থন কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in