আমি শাসনলৈ আহিলে ডি ভোটাৰৰ সমস্যা সমাধান কৰিম : বদৰুদ্দিন আজমল…

আমি শাসনলৈ আহিলে ডি ভোটাৰৰ সমস্যা সমাধান কৰিম : বদৰুদ্দিন আজমল…

ডিজিটেল ডেস্ক : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব কেন্দ্ৰীক বৈঠকত মিলিত হৈছে ।ইফালে কংগ্ৰেছ এইউডিএফৰ মাজতো প্ৰাৰ্থীত্ব কেন্দ্ৰীক বৈঠক অনুষ্ঠিত হয় । ইফালে আসন বুজাবুজি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বদৰুদ্দিন আজমলে কয় যে আসন ভাগ বতৰা কৰাটো এটা বিষয় নহয় ।

আজমলে লগতে কয় যে সমাগত বিধানসভা নিৰ্বাচনত অসমৰ পৰা বিজেপিৰ বিদায় নিশ্চিত । 'কা' আমাৰ বাবে এক ডাঙৰ সমস্যা ।আমি ক্ষমতালৈ আহিলে আমি কা বাতিল কৰিম । মই নিশ্চিত যে আমি শাসনলৈ আহিলে ডি ভোটাৰৰ সমস্যা সমাধান কৰিম বুলিও মন্তব্য কৰে আজমলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in