প্ৰদূষিত পানী খাই নিহত একে পৰিয়ালৰে শিশুসহ ৩জন…

প্ৰদূষিত পানী খাই নিহত একে পৰিয়ালৰে শিশুসহ ৩জন…
  • চত্তীশগড়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • প্ৰদূষিত পানী খাই নিহত একে পৰিয়ালৰে শিশুসহ ৩জন।
  • বলৰামপুৰ জিলাত এই ঘটনা সংঘটিত হৈছে।
  • স্থানীয় লোকে জানিবলৈ দিছে প্ৰদূষিত পানী খোৱাৰ বাবে লোককেইজনৰ মৃত্যু হোৱা বুলি।
  • বলৰামপুৰৰ কুশমীত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ।
  • ইফালে কুশমীৰ মুখ্য কাৰ্যবাহী বিষয়াই উক্ত স্থানত ১৬ টা দমকল বহুৱাৰ কথা জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in