শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

চন্দ্ৰৰ পাছত বৃহস্পতি গ্ৰহতো ওলাইছে পানীৰ সন্ধান

404

ডিজিটেল ডেস্কঃ আপুনি চাগৈ কল্পনা কৰে, আপোনাৰো ঘৰখন হওঁক চন্দ্ৰত। কিন্তু এইবাৰ চন্দ্ৰক বাদ দিয়ক। বৃহস্পতি গ্ৰহত ঘৰ সজাৰ কথা ভাৱক। আমেৰিকাৰ মহাকাশ সংস্থা ‘নাছা’ৰ বিজ্ঞানীসকলে পাইছে বৃহস্পতি গ্ৰহত পানীৰ সন্ধান।

এই পানী আছে আমাৰ সৌৰজগতৰ সবাতোকৈ ডাঙৰ গ্ৰহটোৰ এক ৰঙা অংশত, যাক কোৱা হয় ‘ দ্য গ্ৰেট ৰেড স্পট’। বৈজ্ঞানিকসকলৰ মতে, এই পানীত অক্সিজেনৰ লগতে কাৰ্বন মন’ক্সাইড গেছো আছে।

ইয়াৰ পৰাই ধাৰণা কৰা হৈছে যে, সূৰ্যতকৈ ২ৰ পৰা ৯গুন বেছি অক্সিজেন আছে বৃহস্পতি গ্ৰহত। গ্ৰহটোৰ এই ৰঙা অংশ ডাঠ ডাৱৰে আগুৰা।

উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে চন্দ্ৰতো সন্ধান পোৱা হৈছিল বৰফৰ। কিন্তু এই বৰফৰ পৰিমান আছিল মাত্ৰ ৩.৫ শতাংশ অংশহে। বৃহস্পতিগ্ৰহত বৃহৎ পৰিমানৰ পানীৰ সন্ধান পোৱাতো বৈজ্ঞানিকসকলৰ বাবে এক বৃহৎ সাফল্য।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি