মেঘালয়ত ধাৰাসাৰ বৃষ্টিপাতঃ ভূমিস্খলন-কৃত্ৰিম বানে জীয়াতু ভোগাইছে ৰাইজক…

মেঘালয়ত ধাৰাসাৰ বৃষ্টিপাতঃ ভূমিস্খলন-কৃত্ৰিম বানে জীয়াতু ভোগাইছে ৰাইজক…
  • মেঘালয়ত যোৱা কিছুদিন ধৰি ধাৰাসাৰ বৃষ্টিপাত।
  • বৃষ্টিপাতৰ ফলত বিভিন্ন স্থানত ভূমিস্খলন।
  • শ্বিলঙৰ মালকী আৰু প'ল' এলেকাত ভূমিস্খলন।
  • লগতে সৃষ্টি হৈছে কৃত্ৰিম বানৰ।
  • ভূমিস্খলনৰ ফলত বহু পথত ব্যাহত হৈ পৰিছে যান-বাহন চলাচল।
  • ভূমিস্খলন আৰু কৃত্ৰিমবানৰ ফলত জ্বলা-কলা খাইছে স্থানীয় লোকে।
  • বাসগৃহৰ ভিতৰতো সোমাইছে পাহাৰৰ বোকা-পানী।
  • মঙলবাৰেও ৰাজ্যখনৰ ভিন্ন ভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত হোৱা পৰিলক্ষিত হৈছে।
  • ভূমিস্খলনৰ ফলত ভাঙি পৰিছে বিদ্যুতৰ খুঁটা আৰু বিদ্যুৎ পৰিবাহী তাঁৰবোৰ।
  • ফলত জীয়াতু ভোগিবলগা হৈছে সৰ্বসাধাৰণ ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in