শেহতীয়া খবৰ
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন  •  তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

মেঘালয়ত ধাৰাসাৰ বৃষ্টিপাতঃ ভূমিস্খলন-কৃত্ৰিম বানে জীয়াতু ভোগাইছে ৰাইজক…

92
  • মেঘালয়ত যোৱা কিছুদিন ধৰি ধাৰাসাৰ বৃষ্টিপাত।
  • বৃষ্টিপাতৰ ফলত বিভিন্ন স্থানত ভূমিস্খলন।
  • শ্বিলঙৰ মালকী আৰু প’ল’ এলেকাত ভূমিস্খলন।
  • লগতে সৃষ্টি হৈছে কৃত্ৰিম বানৰ।
  • ভূমিস্খলনৰ ফলত বহু পথত ব্যাহত হৈ পৰিছে যান-বাহন চলাচল।
  • ভূমিস্খলন আৰু কৃত্ৰিমবানৰ ফলত জ্বলা-কলা খাইছে স্থানীয় লোকে।
  • বাসগৃহৰ ভিতৰতো সোমাইছে পাহাৰৰ বোকা-পানী।
  • মঙলবাৰেও ৰাজ্যখনৰ ভিন্ন ভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত হোৱা পৰিলক্ষিত হৈছে।
  • ভূমিস্খলনৰ ফলত ভাঙি পৰিছে বিদ্যুতৰ খুঁটা আৰু বিদ্যুৎ পৰিবাহী তাঁৰবোৰ।
  • ফলত জীয়াতু ভোগিবলগা হৈছে সৰ্বসাধাৰণ ৰাইজে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি