বজালী জিলাত উষ্ম আদৰণি আনন্দ মিশ্ৰ বাহিনীৰ বাইক ৰেলীক…

বজালী জিলাত উষ্ম আদৰণি আনন্দ মিশ্ৰ বাহিনীৰ বাইক ৰেলীক…
  • প্ৰতিকূল বতৰৰ মাজতে বজালী জিলাত প্ৰবেশ আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অহা 'জাতীয় সংহতি মটৰচাইকেল ৰেলী'।
  • দেওবাৰে ধুবুৰীৰ পৰা আৰম্ভ হৈছিল এই ৰেলী।
  • বজালী জিলাৰ সীমান্ত কুজাৰপিঠত আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে জনালে আদৰণি।
  • অসম আৰক্ষীৰ (ক্ৰীড়া) সহকাৰী আৰক্ষী মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ নেতৃত্বত এই ৰেলী।
  • ৰেলীত অংশলোৱা আৰক্ষী বিষয়া, জোৱানক বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ফুলাম গামোছাৰে উষ্ম আদৰণি।
  • অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা আৰক্ষী পতাকা লাভ কৰাটোক অসম আৰক্ষীৰ বাবে এটা বৃহৎ সফলতা বুলি উল্লেখ কৰে আৰক্ষী বিষয়া আনন্দ মিশ্ৰ‌ই।
  • আৰক্ষী আৰু ৰাইজ মাজত থকা ব্যৱধান দূৰ কৰাৰ বাবে এই ৰেলী বুলি উল্লেখ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in