শেহতীয়া খবৰ
পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...  •  ৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  •  চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক  •  ৮ জানুৱাৰীৰ পৰা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

সমগ্ৰ বিশ্বতে ‘WAR’ৰ যাদু, পাৰ কৰিলে ৪০০ কোটিৰ দেওনা…

3,947

ডিজিটেল ডেস্কঃ অসমত ৰত্নাকৰৰ সৈতে যুঁজত হাৰ মানিলেও সমগ্ৰ দেশৰ ছবিঘৰত হৃতিক-টাইগাৰৰ ছবি ৱাৰক সকলো দৰ্শকে জনাইছে বিপুল সহাঁৰি। প্ৰত্যেক দিনাই ছবিখনে ভংগ কৰিছে ইটোৰ পাছত সিটো ৰেকৰ্ড। ছবিখনে সমগ্ৰ বিশ্বত মঙলবাৰৰ লৈকে উপাৰ্জন কৰিছ প্ৰায় ৪০৬.৫ কোটি টকা। ছবিখনে ভাৰতত ৩৩২ কোটি টকাৰ ব্যৱসায় কৰাৰ লগতে বিদেশত উপাৰ্জন কৰিছে ৭৯.০৫ কোটি টকা। উল্লেখ্য যে, ৱাৰৰ হিন্দী সংস্কৰণে এতিয়া লৈকে উপাৰ্জন কৰিছে ২৭৬.৪০ কোটি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি